অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত খালী হৈছে ৭৮ টা পদ ৷ এতিয়াই আবেদন কৰক

0
143

 

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান চমুকৈ খালী হৈছে মুঠ ৭৮ টা পদ ৷ পদসমুহৰ বিৱৰণ সমুহ হ’ল

১) Project Manager (Livelihoods & Marketing)

পদৰ সংখ্যা – ১ টা

শিক্ষাগতা অৰ্হতা  – স্নাতোকত্তৰ ডিগ্ৰী

অভিজ্ঞতা – স্নাতোকত্তৰ ডিগ্ৰী উত্তীৰ্ণ হোৱাৰ পিছত social/ community development ত  ৫+ বছৰৰ অভিজ্ঞতা ৷ ইয়াৰে ১ বছৰ Livelihoods & Marketing ৰ অভিজ্ঞতা হব লাগিব ৷

২)2. Project Manager (FI)

পদৰ সংখ্যা – ১ টা

শিক্ষাগতা অৰ্হতা  – স্নাতোকত্তৰ ডিগ্ৰী

অভিজ্ঞতা – স্নাতোকত্তৰ ডিগ্ৰী উত্তীৰ্ণ হোৱাৰ পিছত social/ community development ত  ৫+ বছৰৰ অভিজ্ঞতা ৷ ইয়াৰে ১ বছৰ  Financial lnclusion. ৰ অভিজ্ঞতা হব লাগিব ৷

৩)Project Executive (HR)

পদৰ সংখ্যা – ১ টা

শিক্ষাগতা অৰ্হতা  – স্নাতোকত্তৰ ডিগ্ৰী ( Human Resource/ MBA (HR))

অভিজ্ঞতা – স্নাতোকত্তৰ ডিগ্ৰী উত্তীৰ্ণ হোৱাৰ পিছত social/ community development ত  ৩+ বছৰৰ অভিজ্ঞতা ৷ ইয়াৰে ১ বছৰ HR Management ৰ অভিজ্ঞতা হব লাগিব ৷

৪) Project Assistant (Skills)

পদৰ সংখ্যা – ১ টা

শিক্ষাগতা অৰ্হতা  – স্নাতোকত্তৰ ডিগ্ৰী

অভিজ্ঞতা – স্নাতোকত্তৰ ডিগ্ৰী উত্তীৰ্ণ হোৱাৰ পিছত Human Resource/ Facility Management sector ত  ২+ বছৰৰ অভিজ্ঞতা ৷

৫)Accounts Assistant

পদৰ সংখ্যা – ২ টা

শিক্ষাগতা অৰ্হতা  -বাণিজ্য শাখাত  স্নাতোকত্তৰ ডিগ্ৰী লগতে computer application আৰু Tally

অভিজ্ঞতা – স্নাতোকত্তৰ ডিগ্ৰী উত্তীৰ্ণ হোৱাৰ পিছত চৰকাৰী বা বেচৰকাৰী খণ্ডত Accounts/ Finance ত  ২+ বছৰৰ অভিজ্ঞতা ৷

৬)District Project Manager

পদৰ সংখ্যা – ২ টা

শিক্ষাগতা অৰ্হতা  – স্নাতোকত্তৰ ডিগ্ৰী

অভিজ্ঞতা – স্নাতোকত্তৰ ডিগ্ৰী উত্তীৰ্ণ হোৱাৰ পিছত social/ community development ত  ২+ বছৰৰ অভিজ্ঞতা ৷ ইয়াৰে ১ বছৰ Social Mobilisation, Institution Building & Capacity Building, Financial Inclusion, Livelihoods & Marketing, Skills & Placement etc. ৰ অভিজ্ঞতা হব লাগিব ৷

৭)

LEAVE A REPLY

Please enter your comment!
Please enter your name here