LATEST ARTICLES

JNU হোৱা বৰ্বৰ আক্ৰমণৰ কথাক লৈ মন্তব্য কৰিছিল চুনিল চেত্তীয়ে , তাৰ পিছত মোদী...

বলিউদৰ অভিনেতা চুনিল চেত্তীয়ে নিজৰ মৌনতা ভংগ কৰি মন্তব্য প্ৰদান কৰিছিল যে "মুখা পিন্ধি আহি আক্ৰমণ কৰা আৰু নিজকে পুৰূষ বুলি কোৱা" ৷ এই মন্তব্য টো ABP News য়ে নিজৰ Twitter Accountত প্ৰচাৰ কৰিছিল...

চন্দ্ৰযান-২ৰ পাচতে ইছৰোৰ আন এক বৃহৎ অভিযান…সবিশেষ

চন্দ্ৰযান-২ৰ পাচতে ইছৰোৰ আন এক বৃহৎ অভিযান। অহা ২৭ নৱেম্বৰত ইছৰোয়ে মহাকাশলৈ প্ৰেৰণ কৰিব ১৪ টাকৈ উপগ্ৰহ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ২৭ নৱেম্বৰৰ পুৱা ৯.২৮ মিনিটত মহাকাশলৈ এই ১৪ টা উপগ্ৰহ প্ৰেৰণ কৰা হব। মাত্ৰ...

তেলাংগানা দলবদ্ধ ধৰ্ষণকাৰীক পুলিচৰ এনকাউন্টাৰ

আজি ৰাতিপুৱা 3-5 বজাৰ ভিতৰত হাইদৰাবাদ আৰক্ষীয়ে ধৰ্ষণকাণ্ড সংঘটিত কৰা চাৰিওজন অভিযুক্তক Crime Scene - Re-Create কৰিবলৈ লৈ যোৱাৰ সময়ত এজন অভিযুক্তই পুলিচৰ অস্ত্ৰ কাঢ়ি আক্ৰমণ কৰিবলৈ ধৰোতে পুলিচে চাৰিও অভিযুক্তক এনকাউন্টাৰ কৰে ৷

হলিউদ অভিনেত্ৰীয়ে পঠিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ চিঠি…

হলিউদ অভিনেত্ৰী Pamela Anderson নে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰে এখন পত্ৰ। অভিনেত্ৰী গৰাকীয়ে পত্ৰৰ জৰিয়তে মোডীক অনুৰোধ কৰিছে, ভাৰতবৰ্ষত আমিষতকৈ নিৰামিষ আহাৰৰ ওপৰতহে যাতে চৰকাৰে অত্যাধিক গুৰুত্ব দিয়ে। চৰকাৰী সকলো কাৰ্যসূচীত...

পুনৰ নিৰ্ভয়া কাণ্ড! ২২ বছৰীয়া মহিলা চিকিৎসকক বলাৎকাৰৰ পাছত জ্বলাই দিলে ৪ পাষাণে…

পুনৰ সংঘটিত হ’ল নিৰ্ভয়া কাণ্ড।হায়দৰাবাদত বৃহস্পতিবাৰে এগৰাকী ২২ বছৰীয়া মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, মহিলাগৰাকীক চাৰিজন পাষাণ যুৱকে নিশা দলৱদ্ধভাৱে বলাৎকাৰ কৰাৰ পাছত জ্বলাই দিয়ে। হায়দৰাবাদৰ শ্বাদনগৰৰ পৰা প্ৰায় ২৫...

উদ্ধৱ থাকৰেৰ সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ পূৰ্বে এনচিপি নেতা অজিত পাৱাৰক বিজেপি সাংসদৰ সাক্ষাৎ…

শনিবাৰে বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ। কিন্তু উদ্ধৱ থাকৰেৰ এই অগ্নি পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে বিজেপি সাংসদ প্ৰতাপ ৰাওয়ে এনচিপিৰ নেতা অজিত পাৱাৰক সাক্ষাৎ কৰাক লৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ এবাৰ...

অভিনয় জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ বাবে সাজু হৈছে অমিতাভ বচ্চন; কিয়নো…

বলীউদৰ সৰ্বকালৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে ১৯৬৯ চনত “সাত হিন্দুস্তানী’ নামৰ ছবিখনেৰে বলীউদত ভুমুকি মাৰিছিল। জীৱনৰ ৫০টা সোণালী বসন্ত হিন্দী চলচ্চিত্ৰ উদ্যোগত অতিক্ৰম কৰা মেগাষ্টাৰ গৰাকীয়ে এতিয়ালৈকে এখনৰ পাছত আনখন হিট ছবি উপহাৰ দি আহিছে। বিগ...

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত খালী হৈছে ৭৮ টা পদ ৷ এতিয়াই আবেদন কৰক

  অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান চমুকৈ খালী হৈছে মুঠ ৭৮ টা পদ ৷ পদসমুহৰ বিৱৰণ সমুহ হ'ল ১) Project Manager (Livelihoods & Marketing) পদৰ সংখ্যা - ১ টা শিক্ষাগতা অৰ্হতা  - স্নাতোকত্তৰ ডিগ্ৰী অভিজ্ঞতা - স্নাতোকত্তৰ ডিগ্ৰী উত্তীৰ্ণ...